পৃষ্ঠা:Kirtan Ghosha.pdf/৭০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঘোষা ১৫]
৬৮৩
উপদেশ


কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
 বাহিৰে-ভিতৰে হোৱে কায়া ॥১২
সেহিসে চতুৰ যিটো  পুণ্যৰ নিদান-ভূত
 নাৰায়ণ-নামক উচ্চৰে।
অচতুৰ সিসি আতি পাপৰ নিদান-ভূত
 নামে অৰ্থবাদ যিটো কৰে॥ ১৩
মহেশে বোলন্ত মোৰ  ৰকাৰাদি নাম শুনি
 পৰম প্ৰসন্ন হোৱে মন!
শুনিয়ো পাৰ্ব্বতী মঞি  মনত শঙ্কঞো ৰঙ্গে
 ৰাম বুলিবেক ইটো জন॥ ১৪
কৰ্ণ-পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
 দুৰ্ব্বাসনা হৰা সমস্তয়।
জলৰ যতেক মল যেহেন শৰত-কালে
 স্বভাৱতে নিৰ্ম্মল কৰয়॥ ১৫


১২। অপৱিতঃ পৱিত্ৰো ৱা সৰ্ৱাৱস্থাং গতোহপি ৱা।
 সঃ স্মৰেৎ পুণ্ডৰীকাক্ষং স বাহ্য়াভ্যন্তৰ শুচিঃ॥

—ভৱিষ্য-পুৰাণ (?)


১৩। অহ হি লেকে চতুৰাৰে যে পুণ্যস্থ পাস্ত নিদালতে।
 উচ্চাৰণাদেৱ মুনীন্দ্ৰমুখ্যা নাৰায়ণশ্চেতি তথাৰ্থৱাদঃ॥

—বৃহন্নাবদীয়-পুৰাণ, ১.৬০


১৪। বকাৰাদীনি নামানি শৃংতো মৰ পাৰ্ৱতি।
 মনঃ প্ৰসন্নতামেতি ৰীমনামাভিশঙ্কয়া ॥
১৫। প্ৰৱিষ্টঃ কৰ্ণবহ্ম্ৰেণ স্বানাং ভাৱসৰোঞ্চহম্।
 ধুনোভি শমলং কৃষ্ণঃ সলিলস্য যথা শৰৎ॥

—ভাগৱত-পুৰাণ, ২.৮.৫


পা* ১8॥শঙ্কঞো-সঙ্কাএ।