এহিসে মৰ্দ্দিবে পাষণ্ড-মতি। জানিবা কলিত নামেসে গতি॥ কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। বোলা হৰি হৰি সমস্ত জনে॥ ৭৪
পাষণ্ড মৰ্দ্দন সমাপ্ত॥৩॥