পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৮
[খণ্ড ১৬
কীৰ্ত্তন-ঘোষা

আন চিন্তা সৱে পৰিহৰা।
মিছা মোৰ মোৰ বুলি মৰা॥
অন্তকে কেশত আছে ধৰি।
জানি ডাকি বোলা হৰি হৰি॥ ৭৯


স্যমন্তক-হৰণ সমাপ্ত॥১৬॥