এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(২৫) ৰূপৰ বেহা।
স্কুলটি ফুলে কপতে তুলে
তুই তোমোকুল,
বলৰ বেহা দেহীৰ দেহ।
বিকাশ বি-মূল।
নীল আকাশত জেউতি তাহে
ৰূপৰ সুতি বস্তু,
ৰূপৰ বেহ। বিশ্ব আহ,
প্ৰকৃতি বিকাশময়।
ৰূপৰ বেহা মানব দেহ,
ইচ্ছা-দেখ ভাল,
সাজে পাৰে বিৰিঙ্গি পৰে
ভাঙ্গিয়ে ধৰে তাল।