এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এৰি দৰে লেট কুকি মান্ধ মাতে নিজৰ সংসাৰ নিজেই কে, হই নিজ নিজ শ ব নিজে অনিত্য সংসাৰে আপনি মনে। সংসাৰ-অৱস্থা বেয়া বা ভাল, সকলে নিজ কক্ষ-কপাল। (২৪) অহঙ্কাৰ। পঞ্চভূত বিন শৰীৰ তাৰেই গঢ়া, ত্ৰি গুণ মিশ্ৰিত মায়া ইঞ্জিঃ বিকাৰ কৰা। গুণৰ সংঘৰ্ষ সাধে নিউণৰ অস্তিত্বই, জন্মে মৰে জীবে তাতে গুণ কৰ্ম্ম ফল লই। কৰ্মফল শেষ হলে সংসাৰৰ পৰে ওৰ, নিখুঁত লয় পায় গুণৰ অস্তিত্বৰোৰ। নৰ জীৱাআ নেহা গুণৰ উঙ্গে ঘটা; স্বতন্ত্ৰ মমি না নাই অহঙ্কাৰণ