এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দেখি শিকা, লিখি শিকা--তা সোন-দুলা;
ঠেকি শিক্ষা কেচা পোন সুৱগত গলা।
(২০} সুখ আৰু দুখ।
ঘি-লগা শামুকত মাণিক খণি,
অসতে চিনাই দিয়ে সং শিৰোমণি।
অভাবেই আবিৰ্ভাবমূল
অনুকূলে বাহে প্ৰতিকুল,
নিৰাকাৰ সকাল ছোট
বৈপৰীতা অস্তিত্ব প্ৰকৃতি।
নহল হেঁতেন যদি দুখৰ চোনি
নেপালেহেঁতেন গম ঃ উনি।
(২১) তপস্যাৰ ফল।
বৰ ভাই অতি গৰী ৰাৱণ
| বল তপস্যাৰ বলে,
মাজু কুম্ভকৰ্ণ দোষোপা নিদ্ৰালু
সুৰা-ভজনাৰ ফলে;
সৰু বিভীষণ ধৰ্মপৰায়ণ
ন তপস্থাৰ গুণে,
তিনিও বিভিন্ন পথৰ পথিক
আপোন ধাউতি পিনে।