এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(১১) সগুণ আৰু নিগুণ।
গুণৰেই গুণ পাপ আৰু পুইণ,
পূৰ্ণ মিলনত থাকি কি?
স, য আৰু তমৰ বিকাশ
পক্ষপ নিওসি।
| (১২) ভিখাৰী।
এমুঠি মাথোন পালে, দিলে বৰ মোক,
‘ঐশ্বৰ্য্য বিভূতি দেন উতৈ নদী হোক।
পুঠিৰ সলনি যেৰে বাৰে মোৰ অত,
ছিৰী সাজেৰে তেওঁ শিৱ ৰূপত।
(১৩) অবিচাৰ।
পুণ্যৰ বিমল সুখ, শান্তি পাতৰ
নেদেথে অপৰে, বুজে নিয়েহে নিজৰ।
অন্তৰৰ সুখ দুধ বাহিৰত নাই,
অৰুৰে অন্তৰে তোগে অৰুৰে সদায়।
বাহিৰত সমাদৰ দেখি পয়োভৰ
কি বুলিনোক লোকে-তেওঁ সুখী বৰ?
(১৪) সাধুৰ চিন্।
পদুল বোত গলে পাতথিলা চাৰ
পাণীতে পড়ি থাকে পাৰ্শপ্ৰাণ তাৰ।