এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বাটী দক্ষিণ
জয় দল সু উন্নত
জয়সাগৰৰ পাৰে পিয় হই আছে এই;
সহৰ মাহাত্মা তথ।
আহোনব স্কুতি-কথা
দল পুখুলে কাছে জ্বলন্ত অঙ্কিত হই।
শোত-শ শতিকাৰ
মহাষাঙ্গ চুধাংফাৰ
স্থাপিত নগৰ এই ৰংপুৰ ৰঙ্গালয়।
ইয়াকেই কেন্দ্ৰ কৰি
অসম সাম্ৰাজ্য জুৰি
চলিছিলে শতবৰ্ষ শাসনৰ অভিনয়।