এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
খলি।
যি পথেদি চলিছিলে অতীত স্বৰ্গনে,
ব এই যাত্ৰা মোৰ
সহি কায় ক্লেশ ঘোৰ
আহোমৰ তীৰ্থভূমি পাইছেহি আজি তেও।
ক্ষকে জিৰণি ল;
নি! তই খিৰ হই ৰধান থাৰি,
চকু! তই নপদ্ধৰি
ৰংপুৰৰ ঘৰী
পিটিকি পিটিকি চাই অন্তৰত অৰি।
ৰংপুৰ ৰাবাটা
অৱশেষ ভাগি ফাটি
উই হাফহে যেন দালান আছে চিন।
সাধৰ কাৰেং ৰ
ইন্দ্ৰালয় সমস,
একাত মাথোন হয়! সোৱৰণি আছে কীন।
যি প্ৰসাদৰ কোঠা
সুবৰ্ণ মাণিক্যে গোঠা,
আলোকমালাৰে থাকে চিনতি সম্বল,
সেই ৰাজৰাটী হয়।
আজি চপবান নাই,
অন্ধকাৰ গৰত তাৰ পৰিণতি হল।
৪৮