এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তেতিয়াৰে পৰা তুৰি হেৰা গড়গাও এ পলী হল বলা যায়। তথাপি শিঙৰি ধাৰ বাৰ উৎসৱৰ কেন্দ্ৰস্থল হই বল তোমাৰ বুক। যত দিন না ৰল ইজ বহ। বিদায় মাগিছে তীৰ্থ অশান গৰ। বহুতীৰ্থ আছে বাকী, আধুস তাক। দুৰীৱ আহোম জাতি, বংশত দিবলৈ বাতি আছে মাত্ৰ নাম ধৰি আহোম ৰুংশ ভগ্ন অৱশেষ প্ৰান্ত তোমাৰ বুক। দুখত জনম মোৰ দুখমাত্ৰ সাৰ দুখী সম্পত্তি মাৰ্ধে চকুলে দুধাৰ। পুৰি! তোমাৰ দুৰ্গতি যেনে, | আহোমমম দশা তেনে; সহানুভূতিৰ চিন্ সহ-বেদনাৰ চকুলো এটোপা মোৰ লোৱা উপহাৰ।