এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বলি। ৰাজবধু কুৰীৰ এখেত বিলই; নগাপাহাৰত স্বামী বেশীই। ইফাস সিফান কৰি সতী পীড়ন বাতৰি কাণত পৰে গঙ্গা কোন দুষ্মবেশে দুখৰ আহি পাচ গঙ্গাধৰে কলেহি ক বা কৈ দিবলৈ, “স্বামীৰ বাতৰি কই নেমাৰ কেলেই পীড়ন কি তেওঁ স্বামীক চিনিলে কাতৰ কৃষ্টিৰে ধীৰে দৃঢ়ভাবে লে, “ইবিলাক আহে কিয়? গুচি ৰা নাযায় কি? আমীৰ সন্ধান মই নিদিওঁ নিশ্চয়, ত্যাদি পণ যদি ব্ৰত হয়।” প্ৰিয়াৰ ইঙ্গিত বাক্য বুজি গঙ্গাধৰে, অতিৰিল মহাদুখে মনৰ বিকাৰে। জয়মতী মহাসতী হই মহা দৃঢ় মতি ক্ৰমাৎ পোৰ দিন ভূঞ্জিলে যাতনা, সুকোমল নাৰীদেহে সহিৰ কত? পঞ্চদশ দিনে যাতনাৰ অৱসান, পাৰ্থিব দেহাৰ পৰা বা হল প্ৰাণ।