পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঊছৰ্গা পৰম পূজনীয়, শ্ৰীল শ্ৰীযুক্ত পদ্মনাথ গোহাঁই বৰুৱা শ্ৰীচৰণকমলেষু। দেব, স্বজাতি-স্বদেশ-প্ৰেম-প্লুতগৌৰবৰ প্ৰতিবিম্ব আপোনাৰে জ্ঞান আলোকৰ, এটোপা লোতক মানি, নামে আপোনাৰ উছৰ্গিলোঁ। “ফুলকলি”-ভকতি-হিয়াৰ। সেৱক।