এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ইলে আহোম ৰীৰ লাচিত ফুল খাই সেনাপতি আৰু সেনা অগণন গুৱাহাটী ওচৰত হই মহা উন মোগল বাহিনীলৈ বাট চাই , শৰাই ঘাট পাচে মোৰ যুদ্ধ হল। সপ্তাহ মাহেৰু ক্ৰমে ছয় মাহ বাৰ। অসম-মোগল কাৰো পৰা নাই। জল বুক, থল যু, ষোড়া যু, কাৰী যুদ্ধ, বন্দুকৰ শৰদত কাশ ফাটি বা, যৰিল ৰণুৱা কত লেখোেখ নাই। এজন এজন কই মছলমানৰ সেনাপতি পৰি গল হাতে অসম, ৰামসিংহ অৱশেষ পৰাক্ৰম নাই শেষ শেহাত কি কবি তিৰি নোৱাৰি ভঙ্গ দিলে বীৰবৰ যুদ্ধস্থল এৰি। বৰটোপ যুদ্ধ নাও কত এৰি গল, কননা বা যাৰ আহোমৰ হল। যোলণ উনঠী চন, ৰণ হল সাপন;