এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শত শত পি আহোমৰ সেনা
আহোম দুটি না নানা শক্তি সনা,
‘বামুণ হৈয়েই বল,
বামুণেৰে খিলি পল,
শেহত অনেকে কন, “পছিমৰ অনা”
অসমীয়া বাদেই” এনে কতো না।
'আহোমৰ প্ৰবঞ্চনা বুলি চিলাৰায়ে
আকৌ এবাৰ আহোমৰে ৰণ দিয়ে।
এইবাৰ হৰুৱালে,
কি, মিত্ৰ পাতি থলে,
সঙ্কলা কুৰী দিলে চুমাৰ বিয়া,
আহোম কোচৰ ৰজা হল সায়।
অগী হন স্বৰ্গদে বুঢ়া বসত;
চুচাংফা কোৱঁৰ উন সিংহ আসন।
বুদ্ধি পৰ্গ না।
হিন্দু নাম বিতোপন,
আছি বৰ্ষ এও খায় ৰাজপাট
আলি দল গড় বলে কীৰ্তি অলং।
আলৰ চালাম নামে এক সেনাপতি
আহি কৰিছিলে যুদ্ধ আহোমৰে শক্তি।
আহাৰ ৰ গই
শৈশষে কী কই