এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কত আলি কত গৰু
ৰাট কত বৰ
কাম নাই, আছে ভগা চিন,
কৰিছে নিচ্ছেন সেই আহোমৰ দিন।
কোচ ৰ নৰনাৰায়ণৰ আদেশ
ৰাভা চিলাৰাৰে আহোমৰ দেশ।
সিকানতে আক্ৰমিলে
আহোমৰ হোহকালে,
নাৰায়ণপুৰ পাই কোঠ মাৰি ৰ'ল;
“গোহাঁই কমহা আলি তেতিয়াই ফল।
আহোম সেনাই পাছে পিছলা ভীত
আগভেটি কোঠ পাতি ৰল সিকালত।
তাতে গৈ চিলাৰায়
আহোৰতে ৰণ দিয়ে,
গৱে চুক্লেং স্বয়ং ৰণত-
ভঙ্গ দিলে চিলাৰায় হই গৰ্বহত।
চুখাঙ্কা কোৱৰ উঠি পিতৃসিংহাসন
তিনি কুৰি বৰ কৰে সুদীৰ্ঘ শাসন।
সিকালতে চিলাৰাৰে
ৰণলই সৈন্ত্ৰ নিয়ে;
ও পিন্ধাই সেনা আহোমে ৰাখিলে,
ব্ৰহ্মণ ও চিলাৰায়ে মুজিলে।
+ প
কৰাৰ বুৰী।