এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তােমাৰে বুকুতে স্বর্গ নাৰায়কে
কেনে পক্রমে শাসিলে দে,
তেওঁৰ দিনৰ অসম ৰাৰ
উয়ত যুৱা উল বেশ।
সেই স্বৰ্গদেৱে চুটীৰ ৰাজা
নি শাসনৰ কৰিলে তল,
কুবেৰ দত্ত সম্পত্তি সমে
সাধনী ৰাণীও অধীনী হল।
কছাৰী ৰজাৰ সেনাপতি ডেচ্ছে
মৰঙ্গি কেঁঠত দিছিলে ,
অসম সেনাৰ প্ৰতাপত হাৰি
যাত জুনালে সর্ব বিবৰণ।
বা খুন তৰায়ে যুদ্ধত হাৰি
ডিমাপুৰ এৰি পাই গল,
ডেইচুং নামে আন ৰজা এক
আহােম যাৰ তলত হল।
পােৰ শতিকা সাতাইশ চনত
কলিয়াবৰৰ প্ৰথম ৰণ
দিশ্বিজয়ী সেই তুবক আহি
সেনাপতি কাটি জিনিলে ৰণ।
| + ১৫২ চনত চীয়া ৰা নীতিলালৰ সময়ত চুটীয়া ৰাজ্য আৰ ৰি আহােম।
না চালি কৰা হয়।--পয়ােৰ বৰুৱাৰ বুৰী।