এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হৈছে।যদিও আপোন পেয়া
বাৰ্থ হিংসাৰ ফল,
তথাপিও আছে—সেৱৰ বীৰ্য্য
হিত অমৰ বাণ।
আজিও হে দেৱ। অসমীয়া নামে
সহোদৰ হেৰ বুয়ে,
তেজৰ সলনি জাতিৰ মঙ্গলে
চকুৰ লোৰে পূজে।।
কোৱা গিৰি। কোৱা, পৰিবনে হেৰ
আমাৰ দুৰ্গতি ও
পাৰিবনে বাৰু মানুহ ৰোলাব
জাতি ভাইহঁতে মোৰ?
(২) চৰগুৱা।
বৰ্গৰ স্বৰূপ তুমি চৰগুৰ হৰি।
ছিল। এদিন যেবে,
অসম আহোম সৱে
দেখালে এক নিজ সামৰাজ্য ভূৰি।
( মৰ্ত্যত নিবিলে এই গীৰ পৰি।)