পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। পুৰণি কলীয়া দুটা ৰাজ্য তোমাতে মানিলে যা, মা পৰামী কমপুৰে বৰিলে মিতিৰ পাতি। তোমাৰ সমান নাছিলে তেতিয়া ৰৰীৰ্য পক্ৰম, প্ৰমাণ ছোৰ অসম-গৌৰ আজিৰ আহোম” নাম। তথাপি অচল! একে ভাৱে তুমি পূৰ্বাপৰ আছো চাই, তোমাৰ বিহনে গোঙ্গতি মোৰ গুলোতা কেও যে নাই। গোচৰ কৰিছে না গিৰিৰৰ। | মোৰ এটি নিবেদন, আছিলে তোমাৰ গৌৰৱ বিভক্ত লম আহোমশ। সেই সকলৰ নাতিপুতি তুমি টিনিৰ নাপাৰা আলি,