পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰ এই অফা আছে বিভূতি ধৰম কৰ জ্যোতিৰ্ময় জ্ঞান আলোকেৰে, পদত এ আছে হিংসা কে তাপ যত 'অজ্ঞান পাপ আন্ধাৰেৰে। হণ তৰু লতা পাত হৰিং ৰঙ্গেৰে অক।, কুল কা সুমিষ্ট ঘ্ৰাণেৰে, পত ভৈয়াম আৰু ৰিং সাগৰ আঁকা গছ বন পথাৰ চলেৰে। গ্ৰায় আঁকা তাপে, বাত বৃষ্টিৰে সতে, শৰতত গতি শস্যেৰে, হেমন্তত নীৰেৰে, শতত জাৰেৰে আঁকা, বসত মৰা বাৱেৰে। প্ৰতি কণ প্ৰতি স্থান প্ৰতি বিষত প্ৰভু। আঁকা আছে তযু মহিমাৰে; তোমাৰ অনন্তু ছবি সৰ্বত্ৰতে আঁকা আছে ব্যাপ লিপি বিশ্ব প্ৰতিবে। জোন বেলি তৰা আকাশ ভাৱৰ গছ লতাকুল ছলেৰে তোমাৰ কবিতা বিৰচিত প্ৰভু। মনোম পুশ গোন্ধেৰে। ১৫