এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দৰ তাপত চাকে সিবে
তোমাৰ দয়া শীতল
।
সিম সিম সিম্ বৃষ্টি পৰে
বিন্দু বিন্দু টোপ,
প্ৰ : বৃষ্টি সি যে তোমাৰ দয়া,
| বস দয়াৰ ৰূপ।
সৌধ ধানৰ পথাৰ
খাদ্য জগত জোৰা,
প্ৰভু! গৰ্তৱতী শঙ্খ তোমাৰ
দয়া গৰ্ভ ভৰা।
(তোৰ , দুটি সম্পদ বিশ জোৰা
| কি দে তোমাৰ মায়া,
তাকে যে সই পাতো বেহা
প্ৰভু! সি বে তোমাৰ দয়া।
সূত আঁকা আছে তোমাৰ ছবিটি প্ৰস্তু।
অন্তু হীন শূন্য আকাশেৰে,
জ্যোতিত অৰ্কা আছে চত্ৰ সুৰ্য্য গ্ৰহ আৰু
নক্ষত্ৰাদি উল জ্যোতিৰে।