পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাকলি। নিছো চকুৰে কত গুদ ঠাই, ইলা নিস্তব্ধ বিনা শঙ্গে যায়, ৰওঁতে নিলে গমে কাৰ্য্য নাই, {আছে। তোমাৰ উচ্চতৰ বাচে, প্ৰভু! তাতে হোৱা নাই বৃথা তোমাৰ নিখুত উঙ্গে যাতে ( মোৰ জন্ম-মৃত্যুৰ মাজে। প্ৰভু! কি যে লুকালুকি খেলা তোমাৰ | কি যে লুকালুকি খেলা, চেগা চোখে কাকৈ দেখাদি দেখাদি আকৌ কিয় লুকাল? { তোমাৰ কি যে লুকালুকি খেলা! তুমি বিশ্ব বোৰ, বিশ্বৰ আঁৰত লকুৱা কিৰূপে নিজ-বিকাৰত? বৰা পৰিষা যে লুকাৰা কিত (তেও বিশ্বৰ হে আঁৰ ললা { এই অপূৰ্ণ ভাৰৰ অপূৰ্ণ আকাকা অপূৰ্ণ ৰূপে যে থা? { তোমাৰ কি যে লুকালুকি খেলা!