এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কলি।
সু অভিমান কৰা খান খান
দি দাৰিদ্ৰৰ চো গন্তু খান
সাধনা চোৱৰে সংস্থাৰ ধুলা
নিলগোৱা জাক।
হে প্ৰভু মঙ্গল।
{ মোৰ হৃদিমন্দিৰ স্বাৰ্থ দুৱাৰ
সোলোকাই পোৱ aকি,
আন্ধাৰে কে বেদিত এলোৱ
জ্ঞান সলিতাগছি
ভক্তিৰ চাকিত প্ৰেম ঢালি দিয়া,
শ্ৰদ্ধাৰ কাঠীৰে সলিতা বুলোৱা,
নিগুণ তেও গুণ-পূজা লোৱ
কলোৱ মোৰ হই।
প্ৰভু! তুমি ধি কৰা ভালল’ংক বুলি
একোৱে নহয় বেয়া,
মই মাত্ৰ তাণে বাচেঁ ভাল-বেয়া,
(মোৰ} আমিত্ব বিষয় সে।
(তুমি) ঢলৰ ওপৰে ঢল বৰষোৱা,
(মোক) জোলোকা-জোলোকে দুপত পেলোৱা,
। কিবা স উদ্দেশ্য সিজিৰ অৰ্থেৰে
ফুটা চকুত কুটা বিৰা;