এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কালিগই যি কৰিব৷ আজি তাৰু সাধা,
অতি দীন গতিতে বিশ্ব।
মানুহ জনম পা সাধ এনে কাম,
ইপৰ মোক যাতে হয় কল্যাণ।
সুৰাত নিদিৱী মুখ, সু মা অৰি,
যশ ধ্বংশ হল সুৰা পান কৰি।
কাৰত বিশ্বাস এ, বিশ্বামিত্ৰ ঋবি,
কামত মোহিত হল মেমা দেখি।
অনুৰ নিৰ্দোৰীৰ নেৰিব এঙ্গাই,
সীতা ত্যজি ৰামে লেখা ভুঞ্জিলে অপায়।
নৰ পৰিল হি ইপ-পৰা
নেনি অগত্য; সা সাধুক সাল।
সৎপথ শৰ মত মে সাচাৰ,
ভ্ৰষ্ট হল দৈত্য খুশি কচাৰ।
জবিভ্ৰান্ত বিষ্ণু চিন্ত, শৰ শৰাগত
শৰে জৰ হল বিপদ।