এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত
দাসীসকলেও নানাচে। আনকি নাচিবলৈ শেষ দেৱদাসী কৌশল্যা বালাও নাই।
যোৱা ১৯৭৪ চনৰ ৯ আগষ্ট তাৰিখে এই শিল্পীগৰাকীয়ে চিৰদিনৰ বাবে বিদায় ললে।
দুখৰ কথা— কোনেও সিদিনা মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি এটিও জনোৱা নাছিল। আজিও কোনেও তেওঁৰ স্মৃতিৰক্ষাৰ কথা চিন্তা কৰা নাই।