এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতজ্ঞতা জ্ঞাপন

 

 যিসকলৰ সহায়-সহযোগত এই সংকলনটি প্ৰবন্ধবোৰ ৰচনা কৰা হৈছিল আৰু প্ৰকাশিত হৈছিল-

 ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰদীপ বৰুৱা, শশী ফুকন, হোমেন বৰগোহাঞি, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, হেমন্ত বৰ্মন, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, শোণিত বিজয় দাস, দেবকুমাৰ বৰা, কনকসেন ডেকা, গুঞ্জন ফুকন, হেমচন্দ্ৰ দলে, জিতেন শৰ্মা, মানিক বড়া, পবিত্ৰ কুমাৰ ডেকা, অনিল বৰুৱা, চম্পক বৰবৰা, ৰজনী বৰুৱা, জয়ন্ত কুমাৰ চক্ৰবৰ্ত্তী, দেবব্ৰত বৰগোহঞি, সরিতা লহকৰ, পবন বুঢ়াগোহাঞি, প্ৰণব কুমাৰ বৰা, অৰুণ লোচন দাস, সত্যেন শৰ্মা, ৰূপজ্যোতি দুৱৰা, কমল (ৰাণা) শৰ্মা, অনিল ফুকন, অসীমা আৰু ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ঘন হাজৰিকা, বিদ্যুৎ কুমাৰ ভূঞা, দেবজিৎ ভূঞা, দীপ শইকীয়া, প্ৰফুল্ল কুমাৰ দত্ত, কমল কুমাৰ ভাগৱতী, মৃণাল কুমাৰ বৰা, শিবাণু বৰা, ধ্ৰুবজ্যোতি বৰা, সুৰেশ শৰ্মা, নলিনী চক্ৰৱৰ্ত্তী, অধ্যাপক পুলক লাহিড়ী আৰু এই কিতাপখনৰ প্ৰকাশক খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা আটাইৰে প্ৰতি মই গভীৰভাবে কৃতজ্ঞ।

উৎপল দত্ত
আকাশবাণী, নগাওঁ