পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

কৰিছে প্ৰথমে পানী, ওপৰত পুনী, ভেকুলী, কাছক ধৰিত্ৰী হিচাপে, অনন্তনাগৰ সহস্ৰফণা, ওচৰত পঞ্চ নাগকন্যাদি। অনন্তশয্যাত বিষ্ণুৰ নাৰায়ণ ৰূপ আৰু নাভিকমলত ব্ৰহ্মা, পদসেৱাত লক্ষ্মী আৰু উৰ্দ্ধত মহামায়া দুৰ্গা। ওচৰত মধূকৈতভ বিৰাজমান॥

অনন্তশায়ী নাৰায়ণ

 মূল বিগ্ৰহ কূৰ্ম জনাৰ্দন আৰু অনন্তশয্যাত নাৰায়ণৰ উপৰিও নামৰ দেৱালয়ত