পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ব ৮৭। বলৰ এতেক,7ৰল।কলি কৰা, ১ at like a person of avik of wealth. ৰৰ নৈ—বং, আনামৰ ভিতৰত অষ্টকৈ সৰ ৰৈ। এতেকে,-ব্ৰহ্মপুত্ৰ নৈ, to Brahmaputra liver ববি থোকা— কি, ববি খালে মানুহ তৎক্ষণাৎ ৰে। এতেকে,-সনীয়া কাৰ্য কৰা, ঘোৰ স্বাৰ্থ-বিৰোধী কাৰ্যকৰ, নিজৰ বিষম অজিত আচৰণ কৰা, to aet highly rejudicially to one's own interest বৰ মত। বি, ডাঙ্গৰ মত মাই সাযিল হী। একে-সাহিল পুষ, a pirited man, a rallant, বৰ সবাহলৈ সনটো-বিং, যৰ সহলৈ বহু আয়োজন লাগে, তাক যেষে সেযে শীত্ৰে কৰিব নোৱাৰে। এতকে,--ছাগৰ আযোজনলৈ মনটে, অৰ্থাৎ ও আকাশ, high anibition. বৰৰ দোষ পিছলাই নিষ—ক্ৰি, বৰলোকৰ দোষ পিছলাই সমাজৰ বিচাৰ পাৰ কৰি লৈ যোৱ। অৰ্থাৎ বৰলোকৰ দোষ সমাজে বিচাৰ নকৰা, to | glo tover a great man's fault. বৰকলা হাবি--বিং, আহোম ৰজাৰ দিনত বৰকলা হাবিৰপৰা পৰিকটীঘাই ৰজ- ঘৰলৈ ধৰি যোগাইলি। এতেকে,-ডঙ্গৰ কাঠনী হাবি, a big forest. বৰদৈ চিলা-বিং. আলামত চত আৰু বহাগত ধুমুহ হয়। তাৰে কিছুমান স, দুট। ডাইৰ। বহাগৰ বিহুৰ ৭ দিন মান আগতে এটা আৰু ৭ দিন মান পচতে এটা অজৰ ধুমুহা হয়। এই দুটা ধুমুহাৰ নাম বৰদৈ চিলা। চিলটোৰ দৰে সোলোৱই আহে দেশি চিল। নাম পাইছে। মাইকী মানুহে বছৰি মাকৰ ঘৰলৈ যেনেকৈ বিহুৰ সময়ত আহে আৰু যায়, ইও সেই দৰে সেই সময়তে আহে আৰু বয় দেখি, ইয়া মাইকীৰ ৰূপ দিয়া হৈছে। মাইকীৰ নামৰ শেষত ‘দৈ’ থাক। এই ধুমুহা ভাগৰ বাৰে দৈ’ বোলা হৈছে। এতেকে,-বাগৰ বিহুৰ আগৰ আৰু পাৰ ভাগৰ ধুমুহ, the gale which visits Assam every year about tho Bahag Bihu শৰলৰ যাহত জুই দিল্প—ক্ৰি, কোনো মানুহে যদি বৰণৰ বহুত জুই দিয়ে, তেনে হলে বুলবিলাকে তাক খাত উধাই-মুধাই কাণে-নাকে কামুৰি ৰিত