এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শৰক বধ কৰি প্ৰতিজ্ঞা পুৰাম।
( প্ৰকাশকৈ সৰ। দুৰ্জন সম্বৰ।
(নেপ)-কোন সিটো? কোনে মাতে মোক এনেদৰে?
প্ৰশ্ন-যমৰ দুতৰ মাত তোৰ। আহ তই
সাধু হই সোনকালে মৰণৰ বাবে।
(নেপথ্যত সচাকৈৰে। সচাকৈয়ে কাৰাবাৰ মাত।
নোহে তেন্তে প্ৰহেলিকা ইটো? বা
কোনে এইদৰে সিংহৰ গাতত আহি
পাই তুলছে। মৰণক মাতে কোনে।
এ-পাপিষ্ঠ দুৰ্জন! বুজা নাই এতিয়াও--
মূৰণেৰে তোৰু এয়া মাতিছে চিঞৰি।
| ত্ত তুৰোৱাল লৈ সৰ সোমাই আছে।
সবক'তা, কেও নাই দেখে। আছে মাধে। সঙ
নিৰীহ বালক এটি কোনে মাতিছিল।
এগ-মৰ মাতিছিলে। তোক দুৰ্নতি অৰ।
তোৰ চাৰ দেখি তাৰ প্ৰতিশোধ
লম বুলি যমপে আমি ময়েই।
সম-কি বালক! কোন তই। কোনে যা তোক
এনেকুৱা কুমতি দিছিলে? কি তাই
একি কয় অগনিত মাণ দিব।
খুজিছমিছাতে? পলা তই এতিয়াও।
এ
মভি। যা
তহলিকে।
পী, শিহ্যাচাৰি
সকল পাপ কমাচিত।