এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় অঙ্ক-৩য় দৃশ্য। সখৰ ( মিচিখিয়াই -তেনেহলে সে আঁতৰি বোৱ কেলেই। তি—কতনো আঁতৰি গ'লে, হেঁ।? এনে অকৰা মানুহমো ক'ৰ দেখিছা-ধেমালি কৰিলেও ধেমালি মুঙ্গে। পিছে, মেক সিদিন। কম বোলা কথাটো কোয়। এতিয়া? পশ্বৰ-কি কথা টে। না? ৰ-ি-ইঃ, এf •য়া পাহৰিলাই সেই অমৰণ বৰ পোৱা কথা? সৰ~-, এতিযা মন পৰিছে। মায়াৱতি! মোৰ জীৱনৰ এইটোৱেই খাই শুপুত কপা। তুমি মোৰ অতি আপোন wণ কহে আঙ্গি সেই কথা ক'ম। তুমি কতে। মুলিযাব, দেই? তিতুমি মোকো অবিশ্বাস কৰা নে? -নকৰো, শুনা। ব্ৰহ্মাৰ বৰত মই অমব। কোনো দেৱতা বা নৰে মোক মাৰিব নোৱাৰে। কিন্তু সিদিনা মাসুদে মোক মোৰ এট। বিপদৰ কথা কৈ গ', বোলে কৃষ্ণৰ ঔৰসত যদি কোনো পুত্ৰসন্তান জন্মে, তেন্তে মোৰ প্ৰাণৰ আশ।। এৰি নো কিবা সন্তান ন্মিছে? স—সেইদেখি সম্প্ৰতি মোৰ জয়ৰ কাৰণ হোৱা নাই। কিন্তু ফল হেনো আলল কুলিৰ ভীষ্মক ৰক্ষাৰ জীয়েক ঝি। জি, আৰু তেওঁ গে সেই কন্যা ৰুক্মিণী বিদৰ্ড ৰে পৰা হৰি আনিছে। এওঁলোকৰ প্ৰথম লৰাটি তি-প্ৰথম ৰাটি হলে তুমি কি কৰিবা? সৰয়া তাক ভুল কৰি হৰি নিম।