এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তৃতীয় লঙ্ক৩য় দৃশ্য?
ইপিনেদি সম্বক উগাই মোক
পতিৰ গৃহৰ পৰা কালে হৰণ -
এয়ে হ'ল ফল পুণ্য আকাশী-বাণৰ।
ভাগ্যে, মই মায়াবতী; সিজেপি নিউ
অসুৰৰ পাপ বা হইছে নিস্ফল;
সৰিব পৰা নাই মোৰু। এয়ে না!
সাজি দি শয্যাত তাক ৰতিৰ মুৰতি
এয়া মাখে। আহিলে। পলাই; মুৰ্থ সি যে,
কাল্পনিক তিসুখ ভুগিছে চাই।।
পাক তাতে কীট নৰক, পঢ়ি তোৰ
মনে-পতা পাপৰ শষ্যাত নোৱাৰিবি
মোৰ তই নব তাই।
অলপ পৰ ইচাট-বিচাকৈ ঘূৰি থাকি।
অ’ শৰ।
লিলিহনে যদি সতী মহিমা,
দেখিলিহেতেম অপৰূপ জোতি তাৰ
ন্তে সময়ে, জামিলিহেতেন যদি
সাপৰ চিতাঙ্গুয়ে বিহী সতীক
ফি নিতে মাৰে কেনেকই, তম্নো হে'-
ভয়ো তেতিয়াও পাৰিলহেতেন কানে
বি হৰিব মোৰ সতীৰম।
কি দোষে তো! ইৰে মোৰ ভাৰ
(নেপথ্য )-আয়ছি। মায়াতি।
—িপাশেষি আৰু সেই ছন।
৪.
!