এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
-
[ তৃতীয়
তপস্যা কৰিব? কি কৰিলে, মহাৰা।
হিজ-অকাপে শেল হেন বিন্ধিছে বুকত।
পাপী মই, আৰ্লি ললে। নিজ কৰ্মফল।
পাৰ্বতীৰ প্ৰতি অটল; জানো মই
বিনা-সাধনাই গৌৰী নাহিব উলটি।
কিন্তু সি-িলাভ? তুমি জানা, দয়াময়।
দৃশ্যপট সলনি।
তৃতীয় দৃশ্য
অম্বৰ অসুৰৰ ঘৰমায়াৱী বেশী ৰতি অঞ্চলে
ৰতি-অদৃষ্ট! দুচকু থাকি যাক দেখা নাই,
কিন্তু যি আপনি আমি মুখে মুখে চাই
বিপন্ন কৰে পৰিহাস, তাকে কোলে
'দুষ্ট হল। ঠিক কথা। তাৰে স'তে
প্ৰথমে প্ৰথমে খালি হলে। পৰিচিত।
মোৰ কি কপাল --বহাৰ হিত চিন্তি
পতি মোৰ পঞ্চমৰ গল ও হই
মশে নয়ন অগ্নিত। গৰিছিলে,
খাপ দি এগিত, কৰে৷ দুখৰ সমাধি;
মানু কি আকাবাশয়ে
সে
কান পাৰি পুনৰায়।