পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগকথা

দহ বছৰৰ আগৰ কথা, কামৰুপ" আৰু কুলি কী?
নাট এখন আগৰখন অমিত্ৰত গৰু পিছৰখন গ্যত,
একেহাতে লিখিবলৈ লওঁ। তাৰ পিছতে, “কাম ” অকাল
বস” বুলি সুকীয়া নামেৰে ইয়াৰ দুটি অঙ্ক “বাহীহ” আৰু
“বুলি কৰাৰ” প্ৰথম অঞ্চ “আসাম হিতৈষী” ওলায়।
ও আঠ বছৰ মানৰ আগৰ কথা।
মেটাৰলিঙ্কৰ "ৰু বাউ আদি নাটক অনুসৰণত তেতিয়া
এসমীয়ত সম্ভৱ পোনেই এই নাটক 'অকাল বসন্ত"ই ছপা
হৈ ওলাইছিল; কিন্তু ইয়াৰ ভিতৰতে এই ৰীতিৰ দুই এখনি
নাট ৰা আৰু দুপা হোৱা দেখা গৈছে। তথাপি সেই সময়ত
ই এই বিষয়ৰ পম চেষ্টা আফিল, এই আগসকে লৈ বহুত
দিনৰ মুৰত নতুন আগ্ৰহেৰে নাটনি ৰাইজৰ আগলৈ উলিৱা
| ‘iod approves the depth, not try tumult of
the soul." হৰ-গৌৰী পৰিণয়ৰ আগৰ কাম-চেষ্টা “tumult.”
গতিকে সি অৱশ্যে বিফল। মদন- সেই দুশ্চেষ্টাৰে কাঠ
লংকাৰ মাত্ৰ। তাৰ পিছত আহিছে “depth.” হৰগৌৰী-
বতিত কামৰ পৰূপ মন্ম। এয়ে হল কামৰূপ!!
| পুৰাণৰ সাধুটে। অঞ্চত মই এইদৰেই বুজিহঁ। আৰু এই
নাটকন্তু এনেকৈয়ে ব্যাখ্যা কৰিবলৈ যত্ন কৰিছে। এই
বিচাৰত যদি মই ভুল কৰা নাই, তেনেহলেই মোৰ যত্ন সফল
বুলি মানিম।
যোৰহাট।
ডিম্বেশ্বৰ নেওগ
১১)