এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তিন অ—২ কৃশ্য ]
সাধনৰ পথ অংশই। আৰু চোৱা,
চোঙ, কৰাৰ দৰে ই কাৰ্যৰ বাবে
যদি মোৰ নাই অধিকাৰ; আনফালে,
দেৱতাৰ যিটি কাৰ্য মোৰ বাবে সদ।
হই ৰৰ চিৰ-অসাধিত, তাকেই বা
অৱহেলা কৰো কি সাহেৰে। সচাকৈয়ে
ই কাৰ্য্যৰপৰা, মঙ্গগত বিনে মই
অমল দেখা নাই কাৰো। পোনতেই,
দেৱতাৰ ভাগ্য সূৰ্য্য উদিলে পুনৰ
আকাশত তাৰকৰ জেউতি-কণিকা
নুষ অপুনি; ইন্দ্ৰ বৃহস্পতি আদি
তোই পাৰে মানে আশিষিব মোক।
তদুপৰি, পৃথিৰ দিগন্ত বিজ
পুণ্যশালা হিমাদ্ৰি-দুহিত। শৈলজাৰ
হয় যদি হৰৰে মিলন, আশিষৰ
সীম। কি থাকিব। ভক্তিমতী যোগ্য পাত্ৰী
লতি, হৰ বিতৰি কামক প্ৰমা।
কিনো আসোহ তেনে থাকে ই কাৰ্যত?
ৰতি—এনে সুশৃঙ্খলভাৱে হলে সকলোটি
নাই কোনো ভয় কাও। কিন্তু না।
শিশিৰত বসন্তৰ আগমন যেনে
স্বাভাবিক নালাগে মমত, পৰশয়
আগতেই পাৰ্বতী কামভাব
দু কাও জেনে নয় সহ।