এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় অঞ্চ-২য় দৃশ্য ] কামৰূপ মেম্ব যেন, অগহীন সি মোহন গমন-বিলাস; তাৰ লগে লগে সেই মৈৰাচালি যেন ৰোৱা ধমকি ধমকি। সশক্ষিত বনহণীৰ পিছই চোৱা বেন, ৰ মউ-অগ্নিবাণ; তৃতীয়াৰ জোন, নতু মোৰ ধনু যেন, পাৰ্বতীৰ অপাৰ্থিব সেই জ্ব-যুগল! তিলফুল জিনা সেই নাকৰ পাহিটি, অধৰৰ হিয়া দেৱা বিচঞ্চল ৰাগ; দিগ্বিজয়ী যৌৱনৰ শুভ্ৰ ৰূপে ভূ-কোমল দুটি শৃঙ্গ নোত। নিতম্বত মোৰ পুণ্য আকুল শয়ান, শুলে যত ৰঙতেই নধৰে টোপনি। ৰামকল সেন উৰু দুটি, খোজেপতি ফুটিয়ে সিটিক ঠেলি যায় আগবাঢ়ি!! সাহা! আহা! কি সুন্দৰ! কি সুন্দৰ কথা। হেৰা ৰতি! আৰু কি লাগিছে মানক? ৰতিবুলি সকলো; কিন্তু ঢোৱা, কোন সেই মহাযোগী; বাসনাৰ যাৰ নাই; কামনাক পুৰি হাই কৰি যি পুৰুষে জন্ম ললে সানি মূৰে-গায়; ত্ৰিকালৰ তিনি মুক্তি ত্ৰিশল পে যা সই। সেক-শাবধি; বাকীৰ শত সৈতে ফণা ধৰি যাৰ মাখে। ঘোষিহে শহিমা;