এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় জয়-২য় দৃশ্য } কামশ তেও বাৰু হিয়া মোৰ আগৰ নিচিনা কিয় আঙ্গি নাচি ৪ঠা নাই? এই বই কোকিলৰ নৱীন কাকলি, শ্ৰৱণত পৰিছে আকউ; বিব, ৰিব, মলয়াই অৰৰ আবেগ-অগনি বিচি বিচি। জ্বলায় পুনৰ; তেও বাৰু কিয়, বতি। হৰ ফুলাম ধৰু ৰব খোজা নাই আঙ্গি মোৰ শিথিল হাত শূইনেজি কোনোবাই কই যায় যেন মদন। নিদিবি নিদিবি ঞ্জাপ স্বল অমিত। ৰতিপাৰিছে। বুজি, নাথ! তোমাৰ ইংহেন বিপৰীত ভাবৰ কাৰণ। মহাযোগী মহেশ্বৰ বহিছে তপত। কি মধুৰ সৌম্য মূৰ্তি! কেনে মহান সৃষ্টি স্থিতি যাৰ বল পলকতে চায় এলয়; কম যাৰ ৰণ-লত; সিজনৰ -- সিনৰ গাত তুমি কোন সাহসেৰে ছানি দিব কুসুম আঘাত। তাৰে বাবে মনত মোৰ এনে জন্মিছে বিকাৰ। মন—মানিছে। তোমাৰ যুক্তি, ৰতি প্ৰিয়তমা! সেই বুলি, কবি আগুৱাই মই পযু নম্বম পুনৰ চোৱা, ৰতি এইমান না এই হাতেৰেই ৰু শত জনৰ হিয়া মিলে। খালি