পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক-১ম দৃশ্য! ৩য় অল্পৰা—সখি? চোৱা; সৌৱা কোন আহিব ধৰিছে? খঙেৰে নক্ষী বেলাই সোমাই আহে।। নশী—সাৱধান, নৰ্তকীসকল! কিয় বাৰু অনৰ্থক নৃত্যগীত গাই সকলোৱে অকালতে বসন্তক কৰি আৱাহন। এইদৰে অমঙ্গল কৰিা সুচনা মহেশৰ পুণ্য আশ্ৰমত? যোৱ। সুচি সকলোটি! ইতে। নোহে বিলাস কানন!! পৰাফল লাহে লাহে ওলাই যায়। ননী ইফালে, সিফালে চাই আচৰিত হয়। কিনো কথা বোলে। সচাকৈয়ে বই বই বলিছে চঞ্চল বায়ু নৱ বৰ! লিয়ৰি উঠিছে বন; মুৰিছে কানন অশোক পলাশ। ফুলে ফুলে ভোমোৰাৰ গান; গছে গছে আমল; কুঞ্জে কুঞ্জে বসন্তৰ অযুত পখীয়ে পৰে কি যে সম্মোহন সুৰ! কোকিল কশ্বৰ শুনি কে মনে প্ৰাণত। বুজিছা, বুলিছো; সৱৰে গুৰিতে আছে ভাৰাবাৰ কিবা এটি গুপ্ত অয়ি , সফালতে বসস্তুক মাতি আনি কোনে কৰিছেহি অমত মধু সমাগম। সাবান, খামৰ যত অধিবাসী ২৪