এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
.এম সঞ্চ-৪ৰ্থ দৃশ্য
গায়কসকলে গালে গীত সুললিত,
কানন-কুঁৱৰী সৱে পিন্ধিলে কাচোন।।
সাৰ পাই উঠি যেন বন-দেৱতাই
দেখে হঠাতেই নিজ যৌৱন-উম্মেষ।
ৰতি--অতি সুশোভন আজি বসন্তৰ হাট।
কিন্তু, হে নাথ! মাতি আনি দিয়া মেকি
ঋতু বসন্তৰ কটকীসকল।
আৰু কোৱা, ক’তনো মোৰ পঞ্চবাণ?
আহিছে মাথৱী, আই।
সখী তে!!
| লাই |}
ফেী - মই কেতকী!
অ' মই কেতে!
খাজে পঠায় অশাক
গায়ক ফটকা?
লাইযায়।
- চু—মই কেঁচুক।
দুয়ো—আমি গাওঁ, আমি নাচো; প্ৰেমে’ গুৰা বুক। | ওলাই যায়। পিটিমই টিপটি। মই ছি! ১