এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ প্ৰথম নয় মুখ
খুন্দিয়ানা জহি কিয় হৃদি-মন্দিৰ
বা দুৱাৰত মোৰ মান পুৱাতে।
বা---এতিয়াও পুৱা হোৱা নাই; কিন্তু, মোৰ
প্ৰেয়সী মাধৰি! সমসময় জ্ঞান
হেৰুৱাই মই, তোমাৰ ঘৰত আজি
থিত দিছে। প্ৰণয়ৰ পথিক বেশেৰে
পিয়াহত ছাটিফুটিকই; নিয়া যদি
মেলি সেই হৃদয়ৰ বন্ধন দুৱাৰ!~-
মাধৱী-- চাই এতিয়া যদি পুৱা হোৱা নাই,
পুত তোমাৰ এই প্ৰিয় সমাগম,
শতেক বৰেণ্য তেনে অলিৰিকাৰ
আজি এই গোপন দুৱাৰ। বাধা দিয়া
বিৰিখৰ ফলেইহে অতি সুমধুৰ?
কিন্তু প্ৰিয়! নেমেৰাবা বাক্যৰ জালেৰে;
কো। মকতে কিয় দিল পৰিশন।
বসন্ত-শুনা মোৰ মধুৰ ধৰি। প্ৰিয় সখা
কৰ্পৰ ইত্মা অনুসাৰে, আমি গই,
মহেশৰ আশ্ৰমত পাতি দিব লাগে
সৌন্দৰ্যৰ নতুন পোহাৰ; প্ৰকৃতি
৪াণে প্ৰাণে লাগিব তুলিৰ মাধুৰীৰ
সুচঞ্চল কোম লহৰী; অভিনয়
গুলশৰ কৰি দিব লাগিব শাণিত।
হব লাগে ওত এনে উনাদ বিপুল,
হয় যেন গৌৰী মিলনকুল।