এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তৃতীয় দৃশ
মাধৱীৰ শােৱনি ঘৰ।
মাশয়ৰ গীত
আহ আহ, সখি! আই ;
| মোহন অতিথি। আহা!
বাছিত তুমি, অগাচিতে আহি
| হৃদি-অালন ।
ফিনো মই সুভাগিনী !
| শিং-=ান সাঞ্জি,
ঘুমটি-মান থাকোতে, হে প্রিয় !
দিলা দেখা আহি আজি !
( মোৰ) য় পৰা মালাধাৰি,
বিৰং-বিল এখনি হিয়;
| চৰ-পৰশে পল পুলকে,
ইমাে কি সৰগী মায়া।
গীত শেষ হোৱাৰ লগে লগে ফুলাম লতাৰ কিটিৰে বসন্ত সোমাই অংহে
মাধ—কিয় অলি অযাচিতে কিয় বাৰ
মােন মৃতি হল হঠাতে উদয় ।
মাখাৰ ভাগ্য-চলত। আহ, আহ ;
এখকে । হৃদয়ৰ দুৱাৰ গলিত
বই থাকি তুমি, মােৰ আকুল অতিথি।
নিগিব। কাৰত হানি বিম আঘাত।.
কোৱা, শত সুমধুৰ অতীত স্মৃতি।
এহেলিক। ভেদি, শত নিশাৰ সপোন
পাৰ হই । নৱ প্ৰভাতৰ দৰে,
১৪