১
প্ৰথম অঙ্ক-- ২য় দৃশ্য ]
নাৰদ--দেখুৱাই দি যদি উপযুক্ত বৰ,
কৰিবানে তুমি তাৰ মুখত বিধান?
হিম--তদুপৰি, বান্ধৰাই ৰম চিৰকাল
| দেৱৰি নাৰদৰ চেনেহপাশত।
নাৰ-নাভাবানে শঙ্কৰেই মোৰ কাৰি
| উপযুক্ত পাত্ৰ অতি, সৱাৰে মাজত?
হিম-উপযুক্ত পাত্ৰ সচা। পিছে, হে দেৱষি!
কোন সাহে আগ বাঢ়ে। এনে প্ৰস্তুৱেৰে।
নাৰ মোৰ উপদেশ তেঞ্চে লোৱা, গিৰিৰাজ।
ভাৰ ঠেলাত, সৰু হই সৰকাই।
জ্ঞানীৰ ধুম। শঙ্কৰৰ অনুৰক্ত।
তোমাৰ কন্যা, আশ্ৰম-সেৱিক ৰূপে
নোৱাৰিব নি নোদি সহজতে?
হিম-শুনিছো, শঙ্কৰ বোলে বহিছে যেগত;
ৰাখিব এতিয়া জানো মোৰ ওনোক
আলম পোকা ৰূপে মহেশে কাষত?
নাৰ-মানি লোৱা কৰা মোৰ; ৰাখিব শঙ্কৰে।
হিম---নমনে সন্দেহ, প্ৰভু! আশ্ৰম-সেবিকা
হলে বা কিৰূপে হয় উমাৰ বিবাহ?
নান-ভাৰ্ষা নাই শঙ্কৰৰ পাৰতী বিহানে।
শুনা তেন্তে পুৰ্বকথা; এৰে সুতা,
সা নামে সিটো খানমত, স্বামী হেতু
কৰিছিল ফীন উগা। পুশ-বলে
শুধু তেও পাৰ স্বামী হক নিঃ।
পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই