পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক-১ম দৃশ্য ] সবাগুটি মিলি, ৰঙমনে আছেগই তাৰক-পুৰীত, পৰিহাস কৰি কৰি দেৱতাৰ এনে হীন ভাগ্য-বিপৰ্যয় : মদন-কিনো উপায়েৰে স্বৰ্গৰাজ! হক বিন্ধিলে ফুলশ, দেৱতাৰ পৱিত্ৰ মঙ্গল। পাৰে বাৰু মোৰপৰা হব সঘটিত? ইন্দ্ৰ--শুনি যোৱা, পশৰ! তাকে। মোৰ মুখে। অমৰণ বৰ কি দিছিল ব্ৰহ্মাই; কিন্তু সেই ব্ৰহ্মায়ে এতিয়া, সাপ তই দশি মোক, উদ্ধাৰিব খোজে বেদাৰূপে; শৰ ঔৰসৰ এটি সন্ধানে তাৰকক বধিব পাৰিব, এই বাৰ্তা দিছে মোক কই। আনফালে, আছে সেই মহেশৰ যোগ্য কন্যা হিমাদ্ৰি তনয়া, যাৰ ৰূপ-গৰিমা অতুল; তেৱো আজি প্ৰথম যৌনৰ দুৱাৰ দলিত! তেওঁষেই সেন্দুৰীয়া প্ৰেমৰ পদূলি সজীব লাগিব তুমি সুশোভন কৰি মহেশৰ গুণৰ বাবে। ইফালেদি গইছে না; হিমাদ্ৰিক কই তেওঁ মহেৰামত, পাতি দিব পাৰ্বতীক ৰৰ চৰপেয়িকা। অন পিনে শীৰ কল আদি লগৰীক ই পাতি দিবা তাতে গই মাঘৰীৰ মেলা;