পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যৌৱনৰ প্ৰাৰম্ভতে মােক অকলশৰীয়াকৈ শোক-সাগৰত বুৰাই থৈ যােৱা মােৰ কনিষ্ঠ ভাতৃ ৺ৰূহিণীকান্ত বৰদলৈৰ স্মৃতিৰ উদ্দেশ্যে এই পুথি উচৰ্গিলোঁ।

⸺:✮:⸺