পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ ! পথ ॥......কৃষ্ণৰ চৰণ চিত্তে চিন্ত হৃদধত। কৃষ্ণৰেসে অংশ । মই মানিবা মনত ॥” ‘সবাকো বিয়াপি আছে পুৰুষ-প্রধান। জানি হৰি বুদ্ধি কৰে । সবাকে সম্মান কৰেলগে অতিশয় নকৰি বিবাদ । একোৱে প্ৰাণীক মনে নিদিব বিষাদ । দেহৰ নিমিত্তে এৰিবেক । বৈৰ-বুদ্ধি। তেবেসে কৃষ্ণক পায় চিত্ত হোৱে ওহি ॥ মার্কণ্ডেয খষিয়ে মহাপ্ৰলয়ৰ জলত উটি বুৰি ফুৰেtতে বট বৃক্ষৰ পাতত শুই থকা ষি বালমুকুন্দক দেখিছিল, সেই বালমুকুন্দাৰ কেনে সুন্দৰ বৰ্ণনা ‘দ্বাদশত” , “হি •তে ভ্ৰমন্তে দেখিল কদাচিত। মহাবটবৃক্ষ ফল পল্লৱে শোভিত ॥ পৃথিবীক উন্নত প্রদেশে বহি আছে । লাহে লাহে সমীপ চাপিলতাৰ পাছে । কিছু কিছু কৰি পাছে দৃষ্টি বলাই চাইল। ঐশা নৰ শাখাত শিশুক ভেঙুট পাহল ॥ বটপর পুটে কৰি আছত শয়ন । শৰীৰৰ কান্তি৷ কৰে দিশক প্ৰসন্ন ॥ চৈধ্যয় ভুবনে নাই ৰূপক উপাম। ত; । সুকুমাৰ মহা ঘৰ কত খাম । ছন্দৰ বদন-চক্ষু নৱপদ্মকোষ | অৰুণ পঙ্কজ-নেত্ৰ দেখন্তে সন্তোষ ॥ সুসম নাসিক। মুবলিত দ্ৰব দুই । সচল অলকাপান্তি দেখি সুখী হই অৰুণ অধৰ চাৰু প্রবাল অফুৰ । তাঙত বৰষে বেন অমৃত প্ৰচুৰ ।। পদ্মগভ অৰুণ নেত্র প্রান্তদেশ । হাত নিৰীক্ষণ সুকোমল বক্ৰ কেশ । তিনি ৰেখা সহিতে প্রকাশে কণু গল। সিংহবন্ধ স্কন্ধ বহল। বক্ষস্থল ॥ শ প্রায় কর্ণ ছুই বলয় বলিত । মনোহৰ দাড়িম্ব কুগুলে সুশোভিত । সুন্দৰ উদৰ অৰ্থখৰ পত্র নয়। নি তিনি। ৰো তাতে জলে আতিশায় ॥ ত্ৰিবলি বলিত নিৰাপতে আতি