পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কণদেৱ । যুধিষ্টিৰাজিৰ কুশল প্রশ্ন, যুধিষ্ঠিৰাদিৰ স্বর্গারোহণ ; তৃতীয় স্বন্ধাৰ. পৰা উদ্ধৱ-বিহুৰ সংবাদ, মৈত্রেযৰ ওচৰলৈ । বিদুৰৰ গমন, ইত্যাদি কথা শঙ্কৰদেৱে তেওঁৰ একাদশ ঘত দি বহিব লাগে। বহুৱাই দি তাক সম্পূৰ্ণ কৰিছে । বাস্তবিক পক্ষত দেখা যায়, যে যত যত যি যি কথা শঙ্কৰদেৱে তেওঁৰ একাদশত সুমাই দিছে সেইবোৰ কথাই একাদশখন সম্পূৰ্ণ কৰি সৰ্বাঙ্গৰ হে কৰিছে মাথোন। যেনে,—মুলত কৃষ্ণই দাৰুকক কৈছে যে “তোমালোক মোৰ আগত বোপাতৰে সৈতে অন্তর্ভুন-প্ৰক্ষিত ¢ৈ হট্ৰন্থলৈ ৯ৈ তাত থাকিব।। ইয়াৰ পিছত শেহৰ অধ্যায়ত "াছে - ‘প্ৰিয়তম সখা শ্ৰীকৃষ্ণ বিহত বা তৰ তাতঘুনে যথার্থ বাক্যসমন্বিত রূঞ্চগতি দ্বাৰা নিজক সান্তনা ক«িলে। নিছন্ত নষ্টবংশ বন্ধুসকলক যথাক্রমে পিও জলদি fদখালে । ... ধনঞ্জয়ে হতাবশিষ্ট স্বী, বালক আক বৃদ্ধ । সকলক লৈ তন্ত্র প্রস্তু সোনাই তাত বক্তক অভিষেক কৰিলে । অজুনৰ মুধে গ্রহধ শুনি, স্তে ৰাজন ! (পৰীক্ষিত) তোমাৰ পিতামহসকলে তোমাক বধৰ কৰি মগাপ্ৰস্থান কৰিলে।” এই কথাতে মূল একাদশ শেষ হৈছে। শঙ্কৰদেৱে তেওঁৰ একাদশত, অৰ্জ্জুনে দ্বাৰকালৈ সাহি কেনেকৈ শোক কৰিছিল, আৰু তাৰপৰা কৃষ্ণৰ পত্নীসকল, উগ্রসেন, বন্ধুদেৱ। আদি যাদৱসকাগৰে সৈতে আহি প্রভাপত কেনেকৈ মৃতকসকলৰ প্ৰেতকাৰ্য্যাদি কৰাইছিল, আক গাতে উগ্ৰসেন, বসুদেৱ দৈবকী ৰোহিণীআৰু ৰুক্সিণী অাদি কৃষ্ণৰ প্ৰধান অষ্ট মহিষীৰ মৃত্যুৰ পিস্থত বালক, বৃদ্ধ আক কৃষ্ণৰ আন বিধৱা পীসকলক লগত লৈ