পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ}া ভল কৃতকৃত্য ॥ বাৱে হাততালি যিটে' কৰিয়া কীৰ্ত্তন। মোৰ প্ৰেম ভাৱত আন্দোল কৰে মন । ..য ও সত্যে সতো দখি তাহাত বিক্রয় ! ” ‘মোকেসে দেখিবে। মাত্র সমস্ত প্ৰাণীত । আপোনাত । দেখিবে ঈশ্বৰ অন্তৰ্য্যামী । জ্ঞ নদৃষ্টি কৰি মোক কৰিব, প্ৰণামি ॥ এাক্ষণ চণ্ডাল নিবিচাৰি জাতি কুল । মি৫৩ শত যাৰ দষ্টি ।ধ তুল ॥। মীচত সাধুত যাৰ ভৈল এক ফ্রান। তাকেসে পণ্ডিত বোলে সিসে সবঙ্গান ৷৷ কুকুৰ শৃগাল গৰ্দৰে আত্মা ৰাম । । এশিয় সবাকো পৰি কৰিবা প্ৰণাম ॥ সমস্ত ভুতত কৃষ্ণ বুদ্ধি ম২ে rর । কায়বাক্যমনে অভ্যাসিবা এহি ভাৱে ॥ সমস্ত প্ৰাণী ক দে খবাহা মোৰ সম । । উপায় মধ্যস্ত হটো আতি মুখাতম । {ঙ্গদেশ ত যি শ্ৰীমদ্ভাগৱত ছপ। হৈছে, ত{< একদ স্কন্ধৰে। { সৈতে শঙ্কৰদেৱ ৰচিত একাদশ স্কন্ধ মিলাই চালে দেখা যায়, কহ শঙ্কৰদেৱৰ পুথিত অনেক কথা আছে, বিৰোৰ মূল পুথিত নাই । শঙ্কৰদেৱে হৰিবংশ আৰু প্ৰথম আৰু তৃতীয় স্কন্ধ ভাগৱতৰপৰা সেই বোৰ কথ) আনি তেওঁ। পুথিত সুমাই তাক সম্পূৰ্ণ । কৰিছে । শঙ্কৰদেৱে নিজে ও সেই কথা স্বীকাৰ । কৰিছে। —“শুনা সভাসদ, ভাগৱত পদ, কথা একাদশ স্কন্ধ । ক্লঞ্চে ষেনে মতি, দিলও সম্প্রতি বিৰচিলোঁ। পদবন্ধ ॥ ঘিৱ প্ৰস্তাৱত, আনো শাস্ত্ৰমত, দিলে। কিছু ঠাই ঠাই । তাক নিনিন্দিবা, বিচাৰি দেগিব, শাস্ত্ৰ পূৰ্ব্বাপৰ চাই ॥ মোৰ বাকা বুলি, নেৰিবা সমূলি, কৃষ্ণৰ গুণসকল । যদি গঙ্গাজল, কর্ঘমে মিলিল, তাতে আছে মহাফল ॥প্রথম স্কন্ধ ভাগৱতৰপৰা কুঁতৰাষ্ট্ৰৰ সংসাৰ ত্যাগ. অৰ্জ্জুনৰ প্রতি ৬