পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম আধ্যn { ৭৯ বোলে বেদে কৰে যজ্ঞ ব্ৰত দান । কতো বোলে ক্ষুদ্র দেৱ পূজা তীর্থস্নান ॥ কতো বোলে বেদে ক৯ে স্থানতেসে গতি ।। গুণৰ আচ্ছাযে বুজে যাৰ যেন মতি । কতে ' মন্দমতি শাস্ত্ৰ নকৰে। ‘প্ৰসাৰ। । কৰে ধৰ্ম্ম কন্তু পুৰুষ স চাৰ । লয় কতো তাক এৰি পাষ ও মতি। যায় লোক পা্য আধা মাধাগতি । নাছৰ বগক শোক দুখে প্রতি বিনে । জ্ঞানহে। না সকে গন উকলি <ানে । । ‘‘জ্ঞান গতি কয় বেদ, লৈয়ে ত্যৰ দ-প্ৰচেদ, ৬ ছে জ্ঞান ভকতিৰ মাজে । ভকতি কৰন্তে জান, আপুনি ওপজে জ্ঞান, ..। { রথ পুছিলা ৰাণী, তাক শুনা মহ'মানী, ঘটে। নাম নধৰে আমাৰ ম গোৱাহ বৃথা নুশুনে আনা কথ , তাৰেসে কৰ্ম্মৰ অধিকাৰ । চিত্তে যিটোজন, কথ। কৃথ। বৃথ । মন, তাৰ কৰ্ম্ম সকলা বিফল। লেকে। নাথাকে বই, তেতিক্ষণে ঘায়, ব: , এওঁৱা ঘটৰ যেন । জ" ॥ ইটে। কথ। সাবেসাৰ, জ্ঞানজ কৰ্ম্মত , নকৰিব বিশ্বাস “কঞ্চিত । শ্ৰৱণ কীৰ্ত্তন কৰাৰ স্থতে সংসাৰক তৰা, দিয়া মোৰ চৰণত চি৩ ॥ তপ জপ যজ্ঞ দান, যিটো ফল মহাথানে, জ্ঞান বৈৰাগ্যত মহাফল । যিটো হৰিনাম গাৱে বসি সবে সুখ পাৱে, দেখ৷ সবে ভকতিৰ বল ॥" উদ্ধৱৰ। প্রশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে। “ন দেৱ ধৰ্ম্মক কৰিয৷ পৰিহাব। মোতে মাত্র একনিষ্ঠ মতি ভৈল যাব ॥ বিজনে জানিলে মই পৰম বান্ধৱ । তাহাক বোলয় শম শুনিয়ো উদ্ধৱ ॥ মোৰ নাম চিত্মতে যেখনে কৰে অ’ । জানিবা৷ উদ্ধৱ । সখি তাক বুলি দম ৷ মোত চিত্ৰ দিয়া যিটোজন মহাশয় ।