পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ শঙ্কৰদেৱ । নাঘাষ দূৰ ॥ কাটিবাক আনন্তে নিৰ্গত যেন ছাগ । লাথি পায়ো গাধ গভীৰ নেৰে লাগ । . তোমাক নভজি কিয় আত্মাঘাত কৰে। | কৃষ্ণই উত্তৰ দিছে,--“মাধৱে বোলন্তে সখি গুনা পৰিছেদ৷ । পচে সবে মাত্ৰ যেবে অ্যানি চৰি বেগ কৰিব নোৱাৰে মোত তথাপি ভকতি। নলবয নবে যেৰে সন্তৰ সঙ্গতি । কৰ্ণত । কহন্ত কষ্ণকথাগোপ্য কৰি। নাতিকে উপায় সপি সৎসঙ্গত সৰি । আমাক নপাৱে মহাজ্ঞানী কৰ্ম্মা লোক । সাধু-সঙ্গে 'অৱশ্যকে বত্য কৰে মোক | নপাৱয় মোক যোগ যাগ যজ্ঞ দান । মহামন্ত্ৰ জি কোটি শত তীৰ্থ স্নানে ॥ নপারে আমাক এক দশা উপবাসে : নকৰয় বখ্য মোক পৰম সন্ন্যাসে । আন কৰ্ম্ম কৰিয়া মিছাত মৰে লোক । ভকতৰ সঙ্গে শেষে মাত্ৰ জানে যোক দেৱতে । তাৰ্থতে৷ কৰি ভকতে’স বৰ { ভকতৰ সঙ্গ পালে গুচে কৰ্ম্ম। জড # .... এক মোত মাত্ৰ তুমি লয়োক শৰণ। নকৰিবা ভয় মন্ট কৰিবেঁ। বক্ষণ ॥ . . সব ধৰ্ম্ম এৰি এক শণ সাক্ষাত * । সুন্দদ বিশ্বাস সখি লৈয়োক আমাত। উদ্ধৱে শুধিচে–হে প্ৰাণনাথ মোক কতিয়া বুজাই । ঋষি । সকলৰ কিয় । এক মতি নাই বেঁহো বোলে কর্মে, কেহে৷ বোলে ফ্রানে গতি । তোমাৰ সম্মত পথ পৰম ভকতি ॥ এক বেদ বাক্য কিয় মত ভৈল ভেদ| কিঙ্কৰ কেশৱ সংশয় কৰা ছেদ ॥ কৃষ্ণাই উত্তৰ দিছে—“......বাৰ যেন মতি কৰে বেদক । ব্যাখ্যান । নিজ অর্থ । ভকতিক ত্যজি বুজে আন । কেহো । ' সৰ্ব ধৰ্ম্মাদৃ পৰিতাজা মামেকং শৰণং ব্ৰজ ।”—গীত৷