পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ শঙ্কৰদেৱ । ট্রথম সকল সংসাৰ । । যতেক সুন্দৰী নাৰী, পৰম অনৰ্থকাৰী আতপৰ নাহিক নিকাৰ ॥ আনো যত মনোৰথ, পৰম তুৰ্ঘোৰ । পথ, তথাপিতো তাতে মাত্ৰ ৰতি । যিটে। আত্মা প্ৰিয়তম, যুগৰ সাগৰ দেৱ, কদাচিতে। তাস্ত নাই মতি ॥" ইত্যাদি । শঙ্কৰদেৱে দশমৰ এটা ভনিগাত নিজৰ বংশৰ এইদৰে চিনাকি মিছে-“বৰদোৱা নামে গ্রাম, শস্তে মৎস্তে অস্তৃপাম, লোহিতৰ অতি অমুকুল। সেই মহ। গ্রামেশ্বৰ অচিলন্ত ৰাজধব, কায়স্থ কুলত পদ্মফুল। তান পুত্ৰ সূৰ্য্যবৰ, মহা বৰা দেশধৰ, দানী মানী পৰম৷ বিশিষ্ট। যাৰ যশ এ জলৈ, জয়ন্ত মাধৱদলৈ, গুয়ো ভাট যাহাৰ । কনিষ্ঠ । তানপুত্র কুলোদ্ধাৰ, ভৌমিক মধ্যত নাৰ প্রসিদ্ধ কুত্স নাম যাৰ। তান পুত্র । শিশুমতি, বঞ্চ পাৱে কৰি নডি, বিৰচিল। শঙ্কৰে যাৰ ।' vশমল কিছুমান ০ 'দ এনে সুৰ যে 'অশিক্ষিত সৰ্বসাধাৰণ মায়ুতে ও সেইবোৰ মিতেী কথা কওঁতে ব্যৱহাৰ কৰি থাকে। । যেনে,- "আজি মৃত্যু হৌক, জহি শতেক অন্তৰ ; অবশ্যে মৰণ। আছে সব জগতৰ কৰ্ম্মৰ তাধীন ভ্ৰীৱ তেতিক্ষণে যায়। এটি পূৰ্ব্ব দেহ আউৰ শৰাই পায় যেন জোকে তৃণ পাইলে এৰে। আৰ তৃণ। জীৱন মৰণ থলুয়েৰে আহি ভিন ॥', "কিব। দৈৱকীৰ গৰ্ভে পুত্ৰ নোপজা । কিবা কংস মৰি আগে । যায যমালয় । কংসে' যেবে নমৰয় পুত্র হোৱে জাত । তাৰ গাতে হোৱে কিবা। অব কন্ধপাত ।”

  • চিৰকাল প্রাণী একত্রে না থাকে, বিষম দৈৱৰ গতি ।