পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ । সুবৰ্ণৰ ভিন্ন মুহি, মিছা মাত্ৰ নাম ৰাপ যত । অহঙ্কাৰ পঞ্চভূত তোমাত পৃথক সুহি প্রত্ন পৰমাৰ্থ বিচাৰত । তোমাত। পৰম জ্ঞান মাধৱ দিয়োক মোক যিটো খণ্ড ২থ হথহীন । মুহি নাৰাষণ দিখা শ্ৰাৱণ-কীৰ্ত্তন ভক্তি নোহো যেন বেদৰ অধীন । ওৰেবা খণ্ডত । ইগ্ৰছমৰ । সুতি, ~“‘মায়াতেসে দেখয় বিবিধ পৰিচ্ছেন । স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ । চৈতন্ত । স্বৰাপে ব্যাপী এক নিৰঞ্জন । তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন ॥ নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী । দেৱে । নজানস্থ। তাঙ্ক কেনে আানো আমি ॥” “লভিলোহো জন্ম প্রড় অসংখ্য প্রমাণ। পচিলোহো বেদশাস্ত্র অনেক পুৰাণ ॥ অসন্তোষ । সন্তোষক লভিলেঅপাৰ। । ক্ষয় বুদ্ধি উদয়ক পাইলে। বাৰেবাৰ ৷ সংযোণ বিযোগ শক্র মিত্র বান্ধৱৰ। । দেখিলো সংসাৰে পিতৃ মাতৃক বিস্তৰ ॥ দুখ হৈ অমুভৱ ভৈল অসংখ্যাত । পাইলে। পুত্ৰ ভ্ৰাতৃ স্নাতি অনেক ইহাত ॥ বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত। গর্ভবাস দুখ প্ৰভু পালে। নানামত ৷ জানিলোঁ ছো দুগ শিও যুবা বুদ্ধকালে। মৰণ পীড়াক প্ৰভু জানিলেহে তালে ৷৷ কৃমি কীট হস্তী ঘোবর মৃগ পশু পক্ষী। গৰু উট মছি পশুক যত দেখি । নিজ শূদ্ৰ ধনী হবী তপস্বী যতেক । ৰাজা । ৰাজভৃত্য আন্তো মফুষ্য অনেক ॥ সবাৰে গুহত বাৰে বাৰে ভৈলে' জাত। অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত ॥ হওঁ । কতো। দৰিদ্ৰ ধনৰ অধিকাৰী। কতো যোক মাৰে কতো মরো আছে। মাৰি ॥ মই আনি কাটে। কতো মোক ধৰি কাটে ।” পিতৃ