পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় আাধ্য। ও ৭ ভাষাই এনে বর্ণনা হয়ত ঠাই দিছে, সেট অসদীয় ওাব সম্পদত নিশ্চয় কুবেৰ। স্বভাব বর্ণনাৰ অমির মাধুৰী পানকৰে ’তা অসমীয়া কবিসকলে, শঙ্কৰদেৱৰ ৰচিত এই কাব্য সৰোবৰত চিৰকাল ‘কোঢ়া কঙ্ক বক বিবিধ চটকৰ দৰে নিৰ্ভয়ে আমি তাৰ। “অমৃত সমান জল পান কৰি মলনিত” কবিতাৰ ৰৱ ত্যজি নিজক নিশ্চয় ধত্ব কৰিব । শঙ্কৰৰ অমৃতনিখুন্দিনী লেখনীৰপৰা ওলোৱা এই উপবনৰ জীৱন্ধু চিত্ৰৰ তুলনা নাট । যেনে উজু শবদৰ সমাৰেণ, তেনে ৰচনাৰ লালিত্যতেনে ছন্দৰ লহৰী । এই বর্ণনা পচিলে কোনোবা ভাৰতীয় ৰাফেলে (Raphaelসঁক। উপধনৰ চিত্র পট যেন লাগে। । অসমীম ভাষাক শঙ্কৰদেৱে যে কি ৰত্বেৰ বিভূষিত কৰি গৈছে, ভাগিলে শৰীৰ বোমাঞ্চিত হয়। সেই দেখি হে ক, যি অসামদেশত কীৰ্ত্তন পুথিৰ নিচিনা গ্রন্থ জনম সেই মালাম দেশ সাহিত্যত কেতিয়া ও দুখীয়া হব নোৱাৰে , যি তাষ৷ এনে ৰফুেৰে খচিত ভাষ৷ সেই ভাব চিৰউজ্জল । কি উচ্চ ভাব কি প্রার্থন, কি আতি, কি কৰুণ, কি শোক, সকলে বর্ণনাতে শঙ্কৰদেৱে মুখ ফুটাই গৈছে । । শধৰদেৱে যদি আন কোনো পুথি ৰচনা নকৰিলেহেঁতেন, আক আন কোনো কাম । নকৰিলে। হেঁতেন, তথাপি অকল এই কীৰ্ত্তনখনৰ বাবেই তেওঁ জগতত অমৰ হৈ থাকিলহেঁতন । কির আসামে এনে ৰত্ব লা কৰি, ছিল, যে তেওঁ ইয়াৰ বাহিৰেও এনে অনেক পুথি ৰচনা কৰি গৈছে, অনেক কাম কৰি গৈছে যিবোৰে আসামআশ অমস্ত কাললৈকে পোহৰ কৰি খব। তেওঁ প্ৰচাৰ কৰা ধৰ্মৰে সৈতে প্রীতি নথকাসকলৰ নিমিত্তে । যদি তেওঁৰ প্ৰচাৰিত হৈ পূৰ হকে। তেওঁ